শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

প্ৰিয়ংকা গান্ধীয়ে নাটক নকৰাটোৱেই ভাল হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী…

100
  • কেন্দ্ৰীয় স্মৃতি ইৰাণীয়ে তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক।
  • তেওঁ সংবাদমাধ্যমৰ আগত কয়-
  • ‘মোৰ অভিনয় কৰাৰ অভিজ্ঞতা আছে।’
  • ‘গতিকে প্ৰিয়ংকাজীয়ে নাটক নকৰাটোৱেই ভাল হ’ব।’
  • ‘আৰু যদি জোটা কিনিবলৈও ধন নথকা সেই দৰিদ্ৰ নাগৰিকসকলৰ বিষয়ে যদি ক’ব বিচাৰিছে, তেন্তে তেখেতে নিজেই সেই ঠাইলৈ গৈ কি সঁচা সেয়া চাব পাৰে।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি