প্ৰিয়ংকা গান্ধীয়ে নাটক নকৰাটোৱেই ভাল হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী…
- কেন্দ্ৰীয় স্মৃতি ইৰাণীয়ে তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক।
- তেওঁ সংবাদমাধ্যমৰ আগত কয়-
- ‘মোৰ অভিনয় কৰাৰ অভিজ্ঞতা আছে।’
- ‘গতিকে প্ৰিয়ংকাজীয়ে নাটক নকৰাটোৱেই ভাল হ’ব।’
- ‘আৰু যদি জোটা কিনিবলৈও ধন নথকা সেই দৰিদ্ৰ নাগৰিকসকলৰ বিষয়ে যদি ক’ব বিচাৰিছে, তেন্তে তেখেতে নিজেই সেই ঠাইলৈ গৈ কি সঁচা সেয়া চাব পাৰে।’