শেহতীয়া খবৰ
কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি...  •  অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...  •  অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...  •  সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা...  •  হৰ্ছ ট্ৰেডিঙেই কাল হ’ল ৰাজস্থানৰ দুই বিজেপি নেতাৰ

নিৰ্মীয়মান অট্টালিকাৰ ফলক খহি ২ শ্ৰমিকৰ মৃত্যু, আহত ২

45
  • মুম্বাইৰ ডোংৰীত শোকাবহ ঘটনা।
  • এটা নিৰ্মীয়মান অট্টালিকাৰ শিলৰ ফলক খহি ২ জনৰ মৃত্যু।
  • অট্টালিকাটোত শ্ৰমিকে কাম কৰি থকা অৱস্থাতে সংঘটিত হয় এই অঘটন।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন দুজন শ্ৰমিক।
  • আহত দুজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি