নিৰ্মীয়মান অট্টালিকাৰ ফলক খহি ২ শ্ৰমিকৰ মৃত্যু, আহত ২

নিৰ্মীয়মান অট্টালিকাৰ ফলক খহি ২ শ্ৰমিকৰ মৃত্যু, আহত ২
  • মুম্বাইৰ ডোংৰীত শোকাবহ ঘটনা।
  • এটা নিৰ্মীয়মান অট্টালিকাৰ শিলৰ ফলক খহি ২ জনৰ মৃত্যু।
  • অট্টালিকাটোত শ্ৰমিকে কাম কৰি থকা অৱস্থাতে সংঘটিত হয় এই অঘটন।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন দুজন শ্ৰমিক।
  • আহত দুজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in