অসমৰ খিলঞ্জীয়াৰ বিৰুদ্ধে বিধেয়ক গৃহীত কৰাৰ চেষ্টা চৰকাৰৰঃ শিৱসেনা সাংসদৰ মন্তব্য

অসমৰ খিলঞ্জীয়াৰ বিৰুদ্ধে বিধেয়ক গৃহীত কৰাৰ চেষ্টা চৰকাৰৰঃ শিৱসেনা সাংসদৰ মন্তব্য
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত সদনত উত্তপ্ত পৰিস্থিতি।
  • বিভিন্ন জনে ভিন্ন মন্তব্য আগবঢ়োৱা সদনত।
  • ইয়াৰ মাজতে দক্ষিণ মহাৰাষ্ট্ৰৰ শিৱসেনাৰ সাংসদ অৰিবন্দ গণপট শাৱন্তে বিধেয়কখনৰ বিৰুদ্ধে কৰিলে মন্তব্য।
  • এই বিধেয়কখন গৃহীত হ'লে অসম জ্বলিব বুলি ক'লে শিৱসেনাৰ সাংসদগৰাকীয়ে।
  • অসম গণ পৰিষদৰ সৈতে হোৱা সাক্ষাতৰ কথাও সদন ক'লে সাংসদগৰাকীয়ে।
  • 'অসমৰ খিলঞ্জীয়াসকলৰ বিৰুদ্ধে গৈ এই বিধেয়কখন গৃহীত কৰাৰ চেষ্টা কৰিছে চৰকাৰে।'
  • 'অসম জ্বলাই ইয়াৰ মজা লৈছে একাংশই।'
  • এই মন্তব্য সদনত কৰিলে সাংসদগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in