শনিবাৰে শিৱসাগৰত বন্ধ থাকিব সুৰাৰ বিক্ৰী

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শনিবাৰে শিৱসাগৰত বন্ধ থাকিব সুৰাৰ বিক্ৰী।
  • বিজয়া দশমী উপলক্ষে শিৱসাগৰ জিলা উপায়ুক্তগৰাকীৰ নিৰ্দেশ।
  • প্ৰশাসনক সহযোগ কৰাৰ আহ্বান জিলা প্ৰশাসনৰ।
  • আবকাৰী আইন ২০০০ অনুসৰি সুৰাৰ বিক্ৰী বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ।
  • আইন অমান্য কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ পদক্ষেপ লোৱাৰ কথা প্ৰকাশ জিলা উপায়ুক্তৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in