শিৱসাগৰত বন্ধৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ, চাওঁক VIDEO

শিৱসাগৰত বন্ধৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ, চাওঁক VIDEO
  • শিৱসাগৰত বন্ধৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ।
  • দোকান-পোহাৰ খুলিবলৈ ৰাইজৰ আহ্বান।
  • শিলাদিত্যক গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাইজৰ।
  • অচিৰেই জীতেন দত্তক মুকলি কৰিবলৈ দাবী জনালে ৰাইজে।
  • বন্ধ পেট্ৰ'ল পাম্প খুলিলে ৰাইজে।
  • শিৱসাগৰ চহৰলৈ ওলাই আহি ৰাইজে নিজেই খুলি দিলে দোকান।
  • যান-বাহনৰ চলাচলো শিৱসাগৰত স্বাভাৱিক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in