শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

  • ৰাজ্যত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ।
  • শিৱসাগৰৰ দিচাংমুখত সংঘটিত এই বিদ্যুত্‍স্পৃষ্টৰ ঘটনা।
  • মাছ মাৰিবলৈ যোৱা সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু লোকজনৰ।
  • মৃত লোকজন বাহাদুৰ মালা বুলি চিনাক্ত।
  • বন্যহস্তী খেদিবলৈ সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু বাহাদুৰৰ।
  • জানিব পৰা মতে, মৃত লোকজনৰ ঘৰ দিচাংমুখৰ মাজৰবাৰীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in