জেৰেঙা পথাৰত বিশাল জনসভা আৰম্ভ…

জেৰেঙা পথাৰত বিশাল জনসভা আৰম্ভ…

ডিজিটেল ডেস্কঃ শিৱসাৰৰ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হোৱাৰ পাছতে আনুষ্ঠানিকভাৱে আৰম্ভ গৈছে বিশাল জনসভা। সভাত প্ৰথমেই ফুলাম গামোছা আৰু স্মাৰকেৰে প্ৰধানমন্ত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে আজি কোৰোনাৰ দৰে মহামাৰীৰ প্ৰতিষেধক দেশবাসীয়ে লাভ কৰিছে। তেওঁ অসমলৈ আগবঢ়োৱা অৱদানৰ কথা কোনেও পাহৰিব নোৱাৰে। আজি এই জেৰেঙা পথাৰতে খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰাতো অসমবাসীৰ প্ৰতি আৰু এক দায়ৱদ্ধতাৰ প্ৰমাণ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in