শিৱসাগৰত ভয়াৱহ অগ্নিকাণ্ড, চাওঁক ভিডিঅ’

শিৱসাগৰত ভয়াৱহ অগ্নিকাণ্ড, চাওঁক ভিডিঅ’
  • শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত অগ্নিকাণ্ড।
  • পবন অট' নামৰ এখন টায়াৰৰ দোকানৰ পৰা সূত্ৰপাত এই অগ্নিকাণ্ড।
  • দোকানৰ পিচফালে থকা টায়াৰৰ গুদামত জুই বিয়পি পৰে।
  • সমগ্ৰ অঞ্চল আৱৰি ধৰে ক'লা ধোঁৱাই।
  • অগ্লনিৰ্বাপক বাহিনী উপস্থিতিত জুই নিৰ্বাপন৷
  • কেবালক্ষাধিক টকা সা-সামগ্ৰী ভস্মীভূত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in