শিৱসাগৰত ২৪ ঘন্টাৰ ভিতৰত ১২ গৰাকী লোক আক্ৰান্ত আক্ৰান্ত…

শিৱসাগৰত ২৪ ঘন্টাৰ ভিতৰত ১২ গৰাকী লোক আক্ৰান্ত আক্ৰান্ত…
  • শিৱসাগৰত পুনৰ কোৰোনাত আক্ৰান্ত ৫গৰাকী ব্যক্তি।
  • নৈশ বাছৰ চালক দেৱজিৎ নেওঁগ আৰু চালক জনৰ পত্নী স্মৃতি নেওঁগ আক্ৰান্তৰ হোৱা ঘটনাত গণসংক্ৰমণৰ সম্ভাৱনা ।
  • আক্ৰান্ত নেওঁগ দম্পত্তি ৰংঘৰ চাৰিআলিৰ বাসিন্দা।
  • আনহাতে শিৱসাগৰ যমুনাপাৰ পিয়লি ফুকন পথৰ নিবাসী তথা কোভিড আক্ৰান্ত অনিতা পাইতৰো নাই কোনো ভ্ৰমণ বৃত্তান্ত।
  • আন দুগৰাকী ক'ভিড আক্ৰান্ত প্ৰতীম লাহন আৰু জুলি লাহন মহাৰাষ্ট্ৰৰ পৰা আহি জাঁজীৰ নন্দনবন হোটেলত কোৱাৰেন্টাইনত আছিল।
  • ইফালে তিনি ভ্ৰমণ বৃত্তান্ত নথকা লোক কোৰোনাত আক্ৰান্ত হোৱা ঘটনাই ভয়াৱহ ইংগিত বহন কৰিছে ।
  • শনিবাৰেও শিৱসাগৰত ৭ ব্যক্তি কোৰোনাত আক্ৰান্ত হৈছিল ।
  • ২৪ ঘন্টাৰ ভিতৰতে শিৱসাগৰত ১২ গৰাকী লোক আক্ৰান্ত হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in