শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

শিৱসাগৰত ২৪ ঘন্টাৰ ভিতৰত ১২ গৰাকী লোক আক্ৰান্ত আক্ৰান্ত…

415
  • শিৱসাগৰত পুনৰ কোৰোনাত আক্ৰান্ত ৫গৰাকী ব্যক্তি।
  • নৈশ বাছৰ চালক দেৱজিৎ নেওঁগ আৰু চালক জনৰ পত্নী স্মৃতি নেওঁগ আক্ৰান্তৰ হোৱা ঘটনাত গণসংক্ৰমণৰ সম্ভাৱনা ।
  • আক্ৰান্ত নেওঁগ দম্পত্তি ৰংঘৰ চাৰিআলিৰ বাসিন্দা।
  • আনহাতে শিৱসাগৰ যমুনাপাৰ পিয়লি ফুকন পথৰ নিবাসী তথা কোভিড আক্ৰান্ত অনিতা পাইতৰো নাই কোনো ভ্ৰমণ বৃত্তান্ত।
  • আন দুগৰাকী ক’ভিড আক্ৰান্ত প্ৰতীম লাহন আৰু জুলি লাহন মহাৰাষ্ট্ৰৰ পৰা আহি জাঁজীৰ নন্দনবন হোটেলত কোৱাৰেন্টাইনত আছিল।
  • ইফালে তিনি ভ্ৰমণ বৃত্তান্ত নথকা লোক কোৰোনাত আক্ৰান্ত হোৱা ঘটনাই ভয়াৱহ ইংগিত বহন কৰিছে ।
  • শনিবাৰেও শিৱসাগৰত ৭ ব্যক্তি কোৰোনাত আক্ৰান্ত হৈছিল ।
  • ২৪ ঘন্টাৰ ভিতৰতে শিৱসাগৰত ১২ গৰাকী লোক আক্ৰান্ত হৈছে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি