ছাত্ৰীৰ আত্মহত্যাক লৈ শিৱসাগৰত চাঞ্চল্য

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শিৱসাগৰৰ শিমলুগুৰি ছোৱালী কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা।
  • ঘৰত কোনো নথকাৰ সময়তে আত্মহত্যা কৰে তেওঁ।
  • শিমলুগুৰিৰ ৰামুগাঁৱত সংঘটিত হৈছে এই ঘটনা।
  • ৰামুগাৱঁত পৰিয়ালৰ লোকসকলৰ সৈতে ভাড়াঘৰত বাস কৰিছিল ছাত্ৰীগৰাকী।
  • বৰ্তমানলৈকে জানিব পৰা নাই আত্মহত্যাৰ কাৰণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in