বনভোজ খাবলৈ গৈ শিৱসাগৰত পথত বাগৰিল বাছ

বনভোজ খাবলৈ গৈ শিৱসাগৰত পথত বাগৰিল বাছ
  • শিৱসাগৰৰ হাইপৰা আলিত অঘটন।
  • বনভোজকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত।
  • কাৰ্বি আংলঙৰ ডংকাৰ পৰা শিৱসাগৰলৈ বনভোজ খাবলৈ গৈছিল দলটো।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনো লোক।
  • আহতসকলক হাস্পতালত ভৰ্তি।
  • দুৰ্ঘটনাৰ পিছতে পলায়ন চালকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in