শিৱসাগৰত চোৰাং গো মাংস জব্দ

শিৱসাগৰত চোৰাং গো মাংস জব্দ
  • শিৱসাগৰত চোৰাং গো মাংস জব্দ।
  • গৌৰীসাগৰৰ চিন্তামণিগড় ভদিয়াঘাটত জব্দ হৈছে চোৰাং গো মাংস।
  • গৰু চুৰি চক্ৰই গো মাংস বিক্ৰীৰ বাবে নি থকা অৱস্থাত জব্দ কৰা হয় এখন বাহনৰ পৰা।
  • বাহনখনৰ নম্বৰ এএছ০৩-এইছ-৪১১৪।
  • ৰাইজে মাংসখিনি জব্দ কৰাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে তিনিজন মাংসৰ চোৰাং ব্যৱসায়ীয়ে।
  • ৰাইজে গাড়ীসহ জব্দ কৰা মাংস গতাই দিয়ে গৌৰীসাগৰ আৰক্ষীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in