বন্ধৰ সমৰ্থকক ৰাইজৰ প্ৰহাৰ, চাওঁক VIDEO

বন্ধৰ সমৰ্থকক ৰাইজৰ প্ৰহাৰ, চাওঁক VIDEO
  • শিৱসাগৰত বন্ধ সমৰ্থকক প্ৰহাৰ।
  • আমগুৰিৰ হালুৱাটিঙত বন্ধ কৰিব আহিছিল দোকান-পোহাৰ।
  • অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সদস্যজনে বন্ধ কৰিবলৈ আহিছিল দোকান-পোহাৰ।
  • শুকুৰবাৰে ৰাজপথত বন্ধৰ পোষ্টাৰ লগাইছিল যুৱকজনে।
  • দোকান বন্ধৰ চেষ্টা কৰা সময়তে তৰ্কাতৰ্কি হয় স্থানীয় লোকৰ সৈতে।
  • ৰাইজে উত্তম-মধ্যম সোধাই যুৱকজনক গতাই দিয়ে আৰক্ষীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in