শিৱসাগৰৰ পৰা চুৰি হোৱা এটিএমৰ ওলাল সন্ধান

শিৱসাগৰৰ পৰা চুৰি হোৱা এটিএমৰ ওলাল সন্ধান
  • শিৱসাগৰত শনিবাৰে নিশা চুৰি হোৱা এটিএমৰ সন্ধান ওলাইছে।
  • শ'লগুৰিত উদ্ধাৰ হৈছে এটিএমটো।
  • জয়সাগৰ-নাজিৰা সংযোগী পথত পুৱা জয়সাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে।
  • পৰিত্যক্ত অৱস্থাত আছিল এটিএমটো।
  • ডিমৌ পথাৰৰ সমীপত টকা উলিয়াব নোৱাৰি ভাঙি চিঙি পেলাই থৈ গৈছিল এটিএম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in