কেব আৰু ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে শিৱসাগৰৰ আমগুৰিত আটাছুৰ জোঁৰ সমদল… VIDEO

কেব আৰু ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে শিৱসাগৰৰ আমগুৰিত আটাছুৰ জোঁৰ সমদল…  VIDEO
  • শিৱসাগৰৰ আমগুৰিত আটাছুৰ জোঁৰ সমদল বাহিৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে আটাছুৰ এই প্ৰতিবাদ।
  • কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱাৰ পিছত সমগ্র অসমতে জাতিধ্বংসী কেব'ৰ বিৰুদ্ধে আন্দোলনৰ তীব্ৰ হৈ পৰিছে।
  • টাই আহোম ছাত্ৰ সন্থা আমগুৰি সমিতিয়ে কেবৰ প্ৰতিবাদত শুকুৰবাৰে সন্ধিয়া আমগুৰিত উলিয়াই এই জোঁৰ সমদল।
  • বিজেপি চৰকাৰ নিপাত যাওক, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, অমিত শ্বাহ মূর্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায়, কেব মানি লোৱা নহ'ব আদি শ্ল'গান দিয়ে আটাছু কৰ্মকৰ্তাসকলে।
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বিৰোধী ধ্বনিৰে আমগুৰিৰ ৰাজপথত এক উত্তাল পৰিবেশ।
  • কোনো পধ্যেই কেব মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে আটাছুৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in