শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

জাঁজীত ট্ৰাক-এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষ, আহত ৪, চাওঁক VIDEO

338
  • শিৱসাগৰ জিলাৰ জাঁজীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ৰোগী কঢ়িওৱা এখন এম্বুলেন্স আৰু ট্ৰাকৰ সংঘৰ্ষ।
  • জাঁজী গড়মূৰত সংঘটিত এই পথ দুৰ্ঘটনাত আহত ৪জন লোক।
  • ডিব্ৰুগড়ৰ পৰা নুমলীগড় অভিমুখে ৰোগী কঢ়িয়াই লৈ গৈছিল এম্বুলেন্সখনে।
  • দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনৰ নম্বৰ এএছ০১-চিচি-৫২৮৭।
  • দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ এএছ০১-ডিচি-৪১১৫।
  • দুৰ্ঘটনাটোৰ ফলত এম্বুলেন্সখনত থকা এগৰাকী মহিলা ৰোগীসহ চাৰিজনকৈ লোক আহত হয়।
  • আহত সকলক ১০৮ সেৱাযোগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি