জাঁজীত ট্ৰাক-এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষ, আহত ৪, চাওঁক VIDEO

জাঁজীত ট্ৰাক-এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষ, আহত ৪, চাওঁক VIDEO
  • শিৱসাগৰ জিলাৰ জাঁজীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ৰোগী কঢ়িওৱা এখন এম্বুলেন্স আৰু ট্ৰাকৰ সংঘৰ্ষ।
  • জাঁজী গড়মূৰত সংঘটিত এই পথ দুৰ্ঘটনাত আহত ৪জন লোক।
  • ডিব্ৰুগড়ৰ পৰা নুমলীগড় অভিমুখে ৰোগী কঢ়িয়াই লৈ গৈছিল এম্বুলেন্সখনে।
  • দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনৰ নম্বৰ এএছ০১-চিচি-৫২৮৭।
  • দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ এএছ০১-ডিচি-৪১১৫।
  • দুৰ্ঘটনাটোৰ ফলত এম্বুলেন্সখনত থকা এগৰাকী মহিলা ৰোগীসহ চাৰিজনকৈ লোক আহত হয়।
  • আহত সকলক ১০৮ সেৱাযোগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in