শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড, থিতাতে নিহত ১ জন, গুৰুতৰ ভাবে অগ্নিদগ্ধ ১ জন…

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড, থিতাতে নিহত ১ জন, গুৰুতৰ ভাবে অগ্নিদগ্ধ ১ জন…

  • দীপাৱলীৰ নিশা শিৱসাগৰত সংঘটিত ভয়ংকৰ ঘটনা ৷
  • শিৱসাগৰৰ বেতবাৰী বালিবাট চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড ৷
  • থিতাতে নিহত প্ৰাণদীপ গগৈ নামৰ এজন ২২ বছৰীয়া এজন যুৱক ৷
  • গুৰুত্বৰ ভাৱে অগ্নি দগ্ধ হোৱা ধুৰ্বজ্যোতি গগৈ নামৰ এজনক স্থানীয় এখন চিকিৎসালয়লৈ নিয়া হৈছে৷
  • বেতবাৰীৰ বালিবাট চাৰিআলিৰ মুক্তি গগৈৰ নামৰ দোকান খনত সংঘটিত হৈছে এই অগ্নি কাণ্ড ৷
  • মুক্তি গগৈৰ দোকানত পেট্ৰল, ডিজেলৰ লগতে একেলগে অৱৈধ ভাৱে ফটকা বিক্ৰিৰ অভিযোগ
  • ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in