শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা,দুজনৰ মৃত্যু…

143
  • শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা ।
  • দূৰ্ঘটনাৰ ফলত দুই যুৱকৰ মৃত্যু৷
  • মৃত্যু হোৱা যুৱক দুজন ক্ৰমে তন্ময় দাস (১৯) আৰু মাধৱজ্যোতি চেতিয়া ৷
  • মাধৱজ্যোতি চেতিয়াৰ ঘৰ জিলাখনৰ শুকানপুখুৰীত,তন্ময় দাসৰ ঘৰ সৰগুৱাত ৷
  • যুৱক দুজনে মটৰ চাইকেলৰে ডিব্ৰুগড়ৰলৈ গৈ থকাৰ পথত এখন মেজিক গাড়ীয়ে খুন্দা মৰাৰ বাবে তেওঁলোকে প্ৰাণ হেৰুৱাই ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি