শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা,দুজনৰ মৃত্যু…

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা,দুজনৰ মৃত্যু…
  • শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা ।
  • দূৰ্ঘটনাৰ ফলত দুই যুৱকৰ মৃত্যু৷
  • মৃত্যু হোৱা যুৱক দুজন ক্ৰমে তন্ময় দাস (১৯) আৰু মাধৱজ্যোতি চেতিয়া ৷
  • মাধৱজ্যোতি চেতিয়াৰ ঘৰ জিলাখনৰ শুকানপুখুৰীত,তন্ময় দাসৰ ঘৰ সৰগুৱাত ৷
  • যুৱক দুজনে মটৰ চাইকেলৰে ডিব্ৰুগড়ৰলৈ গৈ থকাৰ পথত এখন মেজিক গাড়ীয়ে খুন্দা মৰাৰ বাবে তেওঁলোকে প্ৰাণ হেৰুৱাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in