ভাৰত-চীনৰ সীমা বিবাদঃ সহায়ৰ হাত আগবঢ়াব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…

ভাৰত-চীনৰ সীমা বিবাদঃ সহায়ৰ হাত আগবঢ়াব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…

ডিজিটেল ডেস্কঃ ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা বিবাদক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সহায়ৰ আগবঢ়োৱাৰ ইচ্ছা ব্যক্ত কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, ভাৰত-চীনৰ মাজৰ সীমা বিবাদ সমাধান কৰাৰ বাবে সাজু আছে আমেৰিকা।যদি দুয়োখন দেশে বিচাৰে তেন্তে আমি সহায় কৰিম।

শুকুৰবাৰে সন্ধিয়া হোৱাইট হাউছত সাংবাদিকসকলৰ আগত ট্ৰাম্পে কয়- 'ভাৰত আৰু চীনৰ সম্পৰ্ক বহু দুৰ্বল আৰু বেয়া হৈ পৰিছে। যদি আমি দুয়োখন দেশকে সহায় কৰিব পাৰো তেন্তে অত্যন্ত সুখী হম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in