সোণাপুৰৰ ডনবস্কো বিশ্ববিদ্যালয়ৰ ভূমি দখলৰ ঘটনা সন্দৰ্ভত এছ আই টি গঠন…

সোণাপুৰৰ ডনবস্কো বিশ্ববিদ্যালয়ৰ ভূমি দখলৰ ঘটনা সন্দৰ্ভত এছ আই টি গঠন…
  • সোণাপুৰৰ ডনবস্কো বিশ্ববিদ্যালয়ৰ ভূমি দখলৰ ঘটনা সন্দৰ্ভত এছ আই টি গঠন।
  • ঘটনা সন্দৰ্ভত তদন্ত কমিটী গঠন কৰিলে ৰাজ্য চৰকাৰে।
  • অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত ৩ জনীয়া কমিটী গঠন।
  • কমিটীৰ আন দুজন সদস্যৰ এজন ৰাজহ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠী।
  • আনজন সদস্য কামৰূপ(মঃ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা।
  • কমিটীখনে ডনবস্কো বিশ্ববিদ্যালয়ৰ ভূমি দখলৰ বিষয়টো অনুসন্ধান কৰিব।
  • ব্যৱসায়ী জৰ্জ বৰদলৈ আত্মহত্যাৰ পিছতে তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in