শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন…

426

ডিজিটেল ডেস্ক : দেশৰ লগতে ৰাজধানী দিল্লীত বৃদ্ধি পাইছে কোভিড সংক্ৰমন । কোভিডৰ সংক্ৰমনৰ লগতে ৰাজধানী খনত অক্সিজেনৰ নাটনিয়ে এক ভয়াবহ ইংগিত দাঙি ধৰিছে । দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ে শুকুৰবাৰে অৰবিন্দ কেজৰিৱাল চৰকাৰলৈ এছঅ’এছ প্ৰেৰণ কৰি কয় যে চিকিৎসালয় খনত ২ ঘন্টাৰ বাবে অক্সিজেন আছে আৰু ৬০ গৰাকী ৰোগীৰ জীৱন বিপদত আছে ।

আনহাতে চিকিৎসালয় খনৰ সঞ্চালকে কোৱা অনুসৰি “চিকিৎসালয়ত বিগত ২৪ ঘণ্টাত ২৫ জন ৰোগীৰ মৃত্যু হৈছে। অক্সিজেন সেৱা মাত্ৰ ২ ঘণ্টাৰ বাবে উপলব্ধ থাকিব। ইফালে ভেণ্টিলেটৰ আৰু বিপাপে সঠিক ভাবে কাম কৰা নাই। অক্সিজেন জৰুৰীভাৱে বিমানেৰে নিয়াৰ প্ৰয়োজন। অক্সিজেনৰ অভাব হ’লে ৬ জন ৰোগী জীৱন বিপদত পৰিব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি