শিৱসাগৰ ৰে’ল ষ্টেচনৰ সমীপত ছিপাঝাৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ…

শিৱসাগৰ ৰে’ল ষ্টেচনৰ সমীপত ছিপাঝাৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ…
  • শিৱসাগৰ ৰেল ষ্টেচনৰ সমীপত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • মৃতদেহটো ছিপাঝাৰৰ ৰূপেশ্বৰ চৌধুৰীৰ(২৪)বুলি চিনাক্ত কৰা হৈছে ৷
  • ৰূপেশ্বৰ চৌধুৰী শিৱসাগৰ নগৰৰ 'Royal Enfield Workshop'ৰ কৰ্মচাৰী আছিল।
  • ৩১ ডিচেম্বৰ, ২০১৯ৰ নিশাৰ পৰা পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছিল ৰূপেশ্বৰ চৌধুৰীৰ।
  • দেহত আঘাতৰ চিহ্ন দেখা পাই পৰিয়ালে যুৱক জনক পৰিকল্পিত ভাবে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
  • লগতে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in