শেহতীয়া খবৰ
প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...  •  লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড...  •  দৰঙত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি থকা ৯ জামাতৰ সদস্যক আটক...  •  সন্ধিয়া ৭ বজালৈ কোৰোনা ভাইৰাছত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য...

শিৱসাগৰ ৰে’ল ষ্টেচনৰ সমীপত ছিপাঝাৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ…

716
  • শিৱসাগৰ ৰেল ষ্টেচনৰ সমীপত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • মৃতদেহটো ছিপাঝাৰৰ ৰূপেশ্বৰ চৌধুৰীৰ(২৪)বুলি চিনাক্ত কৰা হৈছে ৷
  • ৰূপেশ্বৰ চৌধুৰী শিৱসাগৰ নগৰৰ ‘Royal Enfield Workshop’ৰ কৰ্মচাৰী আছিল।
  • ৩১ ডিচেম্বৰ, ২০১৯ৰ নিশাৰ পৰা পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছিল ৰূপেশ্বৰ চৌধুৰীৰ।
  • দেহত আঘাতৰ চিহ্ন দেখা পাই পৰিয়ালে যুৱক জনক পৰিকল্পিত ভাবে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
  • লগতে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি