শেহতীয়া খবৰ
বান সাহায্যৰ নামত অহা ২৪ বেগ চাউলৰ বিতৰণ মাত্ৰ ২ বেগ, কামপুৰত উত্তপ্ত পৰিস্থিতি  •  বুঢ়াচাপৰিত পহু মাংসসহ দুজনক আটক  •  ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা  •  অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO

 বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম আই চি ইউত…

3,791

ডিজিটেল ডেস্কঃ সাৱলীল কন্ঠৰে মোহাছন্ন কৰি ৰাখিব পৰা বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম যোৱা দুদিন ধৰি অসুস্থ। খাদ্যত হোৱা বিষক্ৰিয়াৰ ফলত বৃহস্পতিবাৰে নিশা স্বাস্থ্যৰ অৱনতি ঘটে। উৰিষ্যাত এক সংগীতানুষ্ঠানত খাদ্য গ্ৰহণ কৰাৰ সময়তে স্বাস্থ্যৰ অৱনতি ঘটা কন্ঠশিল্পীজনক ভৰ্তি কৰোৱা হয় এখন চিকিৎসালয়ত। বৃহস্পতিবাৰে নিশাৰ পৰা ৪৮ ঘন্টা আই আই চি ইউতে থকা চনু নিগমক শুকুৰবাৰে কিছু পৰিমাণে স্বাস্থ্যৰ উন্নত হয়। সুস্থ হৈয়ে কন্ঠশিল্পীজনে ইনষ্টাগ্ৰামৰ জৰিয়তে সকলো অনুৰাগীকে ধন্যবাদ জ্ঞাপন কৰি কয় ‘ আপোনালোকৰ মৰম আৰু আৰ্শীবাদৰ বাবে বহুত বহুত ধন্যবাদ।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি