শুকুৰবাৰে বৰঝাৰ বিমান বন্দৰত নেহা কক্কৰক চাবলৈ অনুৰাগী ভৰি…

শুকুৰবাৰে বৰঝাৰ বিমান বন্দৰত নেহা কক্কৰক চাবলৈ অনুৰাগী ভৰি…
  • শুকুৰবাৰে গুৱাহাটীত উপস্থিত বলিউদৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰ।
  • বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা হয় হোটেল তাজ ভিভাণ্টালৈ।
  • আজি সন্ধিয়া ৭ বজাত সৰুসজাইত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব কণ্ঠশিল্পী নেহা কক্কৰে।
  • বিমানবন্দৰত জনপ্ৰিয় গায়িকাগৰাকীক চাবলৈ ভৰি কৰে অজস্ৰ অনুৰাগীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in