প্ৰথমবাৰৰ বাবে ভোটদান কৰিলে কণ্ঠশিল্পী নাহিদ আফ্ৰিনে

প্ৰথমবাৰৰ বাবে ভোটদান কৰিলে কণ্ঠশিল্পী নাহিদ আফ্ৰিনে

ডিজিটেল ডেস্কঃ শনিবাৰে প্ৰথম পৰ্যায়ৰ অসম বিধান সভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে। ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ কুঁহিয়াৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত নাহিদে সাব্যস্ত কৰিলে ভোটাধিকাৰ।

পিতৃয়ে পঢ়ি যোৱা বিদ্যালয়ত প্ৰথম বাৰৰ বাবে ভোটদান কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত হৈ পৰিছে ইণ্ডিয়ান আইডল জুনিয়ৰৰ প্ৰথম ৰানাৰ্ছ আপ তথা জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in