কোৰোনাত আক্ৰান্ত হৈ শিমলুগুৰিৰ চিকিৎসক ডাঃ প্ৰবীন কোঁৱৰৰ মৃত্যু…

কোৰোনাত আক্ৰান্ত হৈ শিমলুগুৰিৰ চিকিৎসক ডাঃ প্ৰবীন কোঁৱৰৰ মৃত্যু…
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু শিমলুগুৰিৰ বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডা: প্রবীন কোঁৱৰৰ।
  • ডিব্ৰুগড়ৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ডাঃ কোঁৱৰে।
  • বিগত কিছুদিনৰ পৰা তেওঁ বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল।
  • বিশিষ্ট সমাজকৰ্মী, চিকিৎসকগৰাকীৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in