শেহতীয়া খবৰ
স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ'ৰ্টৰ সম্বৰ্ধনা  •  স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ'ৰ্টৰ সম্বৰ্ধনা  •  ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান  •  হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  এটা দামী মোবাইলৰ বাবে সন্তানক ৪০ হাজাৰ টকাত বিক্ৰী মাতৃৰ  •  ২০২০ত গাড়ীৰ মূল্যতে কিনিব পাৰিব উৰাজাহাজ!  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক

নাৰী নিৰ্যাতনক লৈ বলিউডত নতুন চিনেমা ‘চিম্বা’

115

ডিজিটেল ডেস্কঃ নাৰীৰ ওপৰত হোৱা অত্যাচাৰ বিৰুদ্ধে যুজঁ দিয়াৰ বাবে অচিৰেই ছবিগৃহলৈ আহি আছে পৰিচালক ৰোহিত চেট্টীৰ ছবি ‘চিম্বা’।

‘দেশত নাৰীৰ ওপৰত চলি থকা নিৰ্যাতনৰ বিৰোধিতা যদি আজিয়েই নকৰে, তেন্তে কালিৰ নিৰ্যাতিতাগৰাকী আপোনাৰ পৰিয়ালৰে কোনোবা হব পাৰে’ এয়াই হৈছে বলিউদৰ আহিবলগীয়া ছবি ‘চিম্বা’ৰ সংলাপ।

ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিং আৰু ছাৰা আলী খানে। ছাৰা আলী খানৰ এইখনে প্ৰথম অভিনয় কৰা বোলছবি। সমাজত হৈ থকা নাৰী নিৰ্যাতনক মূল বিষয় হিচাপে লৈ নিৰ্মান কৰা ছবিখনৰ শ্বুটিং ইতিমধ্যে শেষ হৈছে।

ছবিখন প্ৰযোজনা কৰিছে কৰণ জৌহৰৰ ধৰ্মা প্ৰডাকচনে। তেলেগু ছবি ‘টেম্পাৰ’ৰ ৰিমেক ‘চিম্বা’ মুক্তি পাব ২৮ ডিচেম্বৰত।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি