ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল শিলচৰৰ সুনন্দাৰ, ২৫ ফেব্ৰুৱাৰীত আছিল বিয়া…

ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল শিলচৰৰ সুনন্দাৰ, ২৫ ফেব্ৰুৱাৰীত আছিল বিয়া…
  • শিলচৰত দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী যুৱতীৰ।
  • ডাম্পাৰে মহটিয়াই নিয়াৰ ফলত থিতাতে নিহত বাইকত থকা যুৱতীগৰাকী।
  • নিহত যুৱতীগৰাকীৰ নাম সুনন্দা সিন্হা।
  • বিয়াৰ বজাৰ কৰি ওভতাৰ পথতে সংঘটিত হয় এই শোকাৱহ ঘটনা।
  • ২৫ ফেব্ৰুৱাৰীত আছিল যুৱতীগৰাকীৰ বিয়াৰ দিন।
  • ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় একাংশ লোক।
  • উত্তেজিত ৰাইজে শিলচৰ-হাইলাকান্দি পথ অৱৰোধ কৰাৰ ফলত আবদ্ধ হৈ পৰে বহু যান-বাহন।
  • পিছত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in