বিজেপি নেতা, ব্যৱসায়ীক মাটিৰ দালালৰ অভিযোগত আটক..

বিজেপি নেতা, ব্যৱসায়ীক মাটিৰ দালালৰ অভিযোগত আটক..
  • অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিলচৰতো মাটিৰ দলালৰ বিৰুদ্ধে অভিযান।
  • শিলচৰ আৰক্ষীয়ে ভূ-মাফিয়াসহ অনান্য দালালৰ বিৰুদ্ধে চলাইছে অভিযান ৷
  • আৰক্ষীয়ে আটক কৰিছে ব্যৱসায়ী সঞ্জয় নাহাটাসহ ৫ জন দালালক৷
  • সঞ্জয় নাহাটা শিলচৰৰ আগশাৰীৰ নাহাটা টেক্সটাইলৰ স্বত্বাধিকাৰিৰ পুত্ৰ।
  • আটক কৰা সকলৰ মাজত আছে নিশিকান্ত সৰকাৰ, অসীম দাস৷
  • অসীম দাস বিজেপিৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ।
  • আৰক্ষীয়ে শীঘ্ৰেই আৰু অধিক দালালক আটক কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in