শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

বিজেপি নেতা, ব্যৱসায়ীক মাটিৰ দালালৰ অভিযোগত আটক..

  • অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিলচৰতো মাটিৰ দলালৰ বিৰুদ্ধে অভিযান।
  • শিলচৰ আৰক্ষীয়ে ভূ-মাফিয়াসহ অনান্য দালালৰ বিৰুদ্ধে চলাইছে অভিযান ৷
  • আৰক্ষীয়ে আটক কৰিছে ব্যৱসায়ী সঞ্জয় নাহাটাসহ ৫ জন দালালক৷
  • সঞ্জয় নাহাটা শিলচৰৰ আগশাৰীৰ নাহাটা টেক্সটাইলৰ স্বত্বাধিকাৰিৰ পুত্ৰ।
  • আটক কৰা সকলৰ মাজত আছে নিশিকান্ত সৰকাৰ, অসীম দাস৷
  • অসীম দাস বিজেপিৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ।
  • আৰক্ষীয়ে শীঘ্ৰেই আৰু অধিক দালালক আটক কৰাৰ সম্ভাৱনা আছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি