শেহতীয়া খবৰ
ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত...  •  নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...

অশোকৰ দোকানলৈ গৈছিল নেকি! এতিয়াই হওঁক সাৱধান, পাচলি বিক্ৰেতাৰ দেহত কোৰোনা…

1,079

ডিজিটেল সংবাদ, গুৱাহাটীঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত। এইবাৰ কোৰোনাত আক্ৰান্ত হৈছে এগৰাকী পাচলি বিক্ৰেতা। শিলপুখুৰীৰ পাচলি বিক্ৰেতাগৰাকীৰ নাম অশোক দাস।

তেওঁ দেওবাৰৰ সন্ধিয়ালৈকে পাচলি বিক্ৰী কৰি আছিল। সান্ধ্য আইন আৰম্ভ হোৱালৈকে পাচলি বিক্ৰী কৰি থকা অশোক দাস হঠাৎ কোৰোনাত আক্ৰান্ত হোৱাত সকলো লোকৰে মাজত আতংকই বিৰাজ কৰিছে। উল্লেখ্য যে, ৩ দিন পূৰ্বে তেওঁৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল। নৱগ্ৰহ মন্দিৰলৈ যোৱা পথত তেওঁ পাচলি বিক্ৰী কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি