অশোকৰ দোকানলৈ গৈছিল নেকি! এতিয়াই হওঁক সাৱধান, পাচলি বিক্ৰেতাৰ দেহত কোৰোনা…

অশোকৰ দোকানলৈ গৈছিল নেকি! এতিয়াই হওঁক সাৱধান, পাচলি বিক্ৰেতাৰ দেহত কোৰোনা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত। এইবাৰ কোৰোনাত আক্ৰান্ত হৈছে এগৰাকী পাচলি বিক্ৰেতা। শিলপুখুৰীৰ পাচলি বিক্ৰেতাগৰাকীৰ নাম অশোক দাস।

তেওঁ দেওবাৰৰ সন্ধিয়ালৈকে পাচলি বিক্ৰী কৰি আছিল। সান্ধ্য আইন আৰম্ভ হোৱালৈকে পাচলি বিক্ৰী কৰি থকা অশোক দাস হঠাৎ কোৰোনাত আক্ৰান্ত হোৱাত সকলো লোকৰে মাজত আতংকই বিৰাজ কৰিছে। উল্লেখ্য যে, ৩ দিন পূৰ্বে তেওঁৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল। নৱগ্ৰহ মন্দিৰলৈ যোৱা পথত তেওঁ পাচলি বিক্ৰী কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in