শেহতীয়া খবৰ
বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞালৈ ভূপাল জিলা নিৰ্বাচন আয়োগৰ জাননী জাৰি  •  মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ  •  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কেৰালাৰ বায়ানাডত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰোড শ্ব’  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...

শিলচৰত প্ৰচণ্ড ধুমুহাত উৰি গ’ল আৰক্ষীৰ অস্থায়ী শিৱিৰ, নষ্ট হ’ল সকলো সামগ্ৰী, ক্ষোভিত আৰক্ষী জোৱান…

226
  • শিলচৰত প্ৰচণ্ড ধুমুহা৷
  • ধুমুহাত ব্যাপক ক্ষতি৷
  • ধুমুহাই উৰুৱাই নিয়ে আৰক্ষীৰ অস্থায়ী কেবাটাও শিৱিৰ৷
  • পুলিচ পেৰেড গ্ৰাউণ্ডত স্থাপন কৰা অস্থায়ী শিৱিৰ সমূহ লণ্ডভণ্ড হয়৷
  • নিৰ্বাচনত নিয়োজিত সহস্ৰাধিক আৰক্ষী জোৱানক ৰখা হৈছিল এই শিৱিৰ সমূহত৷
  • ধুমুহাত কানি কাপোৰ সহ সকলো সা-সামগ্ৰী নষ্ট হয় জোৱান সকলৰ৷
  • সহস্ৰাধিক আৰক্ষীৰ মাজত হাহাকাৰ৷
  • কাছাৰ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জোৱান সকলৰ৷
  • অতি নিম্নমানৰ শিৱিৰ নিৰ্মানৰ অভিযোগ।
  • ক্ষোভত উত্তিজিত জোৱান সকল৷
  • কথমপি প্ৰাণ ৰক্ষা জোৱান সকলৰ৷
  • ঘটনাস্থলীত উপস্হিত ডি এছ পি ঐশ্বৰ্য জ্যোতি বৰুৱা৷
  • ডি এছ পিৰ সন্মুখত সৰৱ আৰক্ষীৰ জোৱান সকল৷
  • জোৱান সকলক নিৰ্বাচনৰ বাবে বিভিন্ন জিলাৰ পৰা অনা হৈছিল৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি