শিলচৰত প্ৰচণ্ড ধুমুহাত উৰি গ’ল আৰক্ষীৰ অস্থায়ী শিৱিৰ, নষ্ট হ’ল সকলো সামগ্ৰী, ক্ষোভিত আৰক্ষী জোৱান…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শিলচৰত প্ৰচণ্ড ধুমুহা৷
  • ধুমুহাত ব্যাপক ক্ষতি৷
  • ধুমুহাই উৰুৱাই নিয়ে আৰক্ষীৰ অস্থায়ী কেবাটাও শিৱিৰ৷
  • পুলিচ পেৰেড গ্ৰাউণ্ডত স্থাপন কৰা অস্থায়ী শিৱিৰ সমূহ লণ্ডভণ্ড হয়৷
  • নিৰ্বাচনত নিয়োজিত সহস্ৰাধিক আৰক্ষী জোৱানক ৰখা হৈছিল এই শিৱিৰ সমূহত৷
  • ধুমুহাত কানি কাপোৰ সহ সকলো সা-সামগ্ৰী নষ্ট হয় জোৱান সকলৰ৷
  • সহস্ৰাধিক আৰক্ষীৰ মাজত হাহাকাৰ৷
  • কাছাৰ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জোৱান সকলৰ৷
  • অতি নিম্নমানৰ শিৱিৰ নিৰ্মানৰ অভিযোগ।
  • ক্ষোভত উত্তিজিত জোৱান সকল৷
  • কথমপি প্ৰাণ ৰক্ষা জোৱান সকলৰ৷
  • ঘটনাস্থলীত উপস্হিত ডি এছ পি ঐশ্বৰ্য জ্যোতি বৰুৱা৷
  • ডি এছ পিৰ সন্মুখত সৰৱ আৰক্ষীৰ জোৱান সকল৷
  • জোৱান সকলক নিৰ্বাচনৰ বাবে বিভিন্ন জিলাৰ পৰা অনা হৈছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in