শেহতীয়া খবৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'বঃ বৃহস্পতিবাৰে ৰাজ্য উত্তাল কৰিব আছুসহ ৩০ সংগঠনে  •  দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক  •  বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি  •  ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ...  •  ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭  •  সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে...  •  শিক্ষক নিযুক্তিৰ দাবীত বিদ্যালয়ত তলা ওলমালে শিমলুগুৰি আছুৱে

বেজৰ নাকতে খৰ! শিলচৰত খোদ আৰক্ষীৰ সন্মুখৰ পৰাই পলাল জেলৰ কয়দী

156
  • শিলচৰত জেলৰ কয়দীৰ পলায়ন।
  • আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন কয়দীজনৰ।
  • শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পলায়ন কৰে।
  • কয়দীজনৰ নাম আখতাৰ হুছেইন লস্কৰ।
  • শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী আখতাৰ।
  • চিকিৎসাৰ বাবে এছ এম চি হাস্পতালয়লৈ নিয়া হৈছিল আখতাৰক৷
  • তাৰ পৰাই পলায়ন কৰে।
  • আখতাৰৰ ঘৰ ধলাই সমষ্টিৰ ভাগাবজাৰত৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি