বেজৰ নাকতে খৰ! শিলচৰত খোদ আৰক্ষীৰ সন্মুখৰ পৰাই পলাল জেলৰ কয়দী

বেজৰ নাকতে খৰ! শিলচৰত খোদ আৰক্ষীৰ সন্মুখৰ পৰাই পলাল জেলৰ কয়দী
  • শিলচৰত জেলৰ কয়দীৰ পলায়ন।
  • আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন কয়দীজনৰ।
  • শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পলায়ন কৰে।
  • কয়দীজনৰ নাম আখতাৰ হুছেইন লস্কৰ।
  • শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী আখতাৰ।
  • চিকিৎসাৰ বাবে এছ এম চি হাস্পতালয়লৈ নিয়া হৈছিল আখতাৰক৷
  • তাৰ পৰাই পলায়ন কৰে।
  • আখতাৰৰ ঘৰ ধলাই সমষ্টিৰ ভাগাবজাৰত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in