শিলচৰত আৰক্ষী বিষয়াই থানাৰ ভিতৰতে নিৰ্যাতন গোচৰ তৰিবলৈ যোৱা মহিলাক…

শিলচৰত আৰক্ষী বিষয়াই থানাৰ ভিতৰতে নিৰ্যাতন গোচৰ তৰিবলৈ যোৱা মহিলাক…
  • শিলচৰত আৰক্ষী বিষয়াৰ চাঞ্চল্যকৰ কাণ্ড।
  • নিৰ্যাতিতাক থানাৰ ভিতৰতে নিৰ্যাতন আৰক্ষী বিষয়াৰ।
  • শিলচৰৰ তাৰাপুৰ আৰক্ষী চকীত এই চাঞ্চল্যকৰ ঘটনা।
  • নিৰ্যাতিতা মহিলাক প্ৰস্ৰাৱ খুৱাই দিয়াৰো অভিযোগ আৰক্ষীৰ বিৰুদ্ধে।
  • মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে দিব গৈছিল অভিযোগ।
  • দীৰ্ঘদিনে স্বামীয়ে মহিলাগৰাকীক চলাই আহিছিল নিৰ্যাতন।
  • স্বামীৰ বিৰুদ্ধে যোৱাৰ বাবেই আৰক্ষীৰ এই কাৰ্য।
  • এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ শিলচৰ চহৰত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in