শিলচৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

শিলচৰত অবৈধ সুৰাৰ  বিৰুদ্ধে আৰক্ষীৰ অভিযান…
  • শিলচৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷
  • DSP ঐশ্বৰ্য কুমাৰ বৰুৱাৰ নেতৃত্বত কঠাল ৰোডত আৰক্ষীৰ অভিযান ৷
  • 6th APBN ৰ কাৰ্যলয়ৰ সন্মুখত দুইস্হানত অভিযান ৷
  • অভিযানত ৫৭ টা বিলাতী সুৰা লগতে ৩৫০ লিটাৰ দেশীয় সুৰাও জব্দ ৷
  • ২০০ গ্ৰাম গাঞ্জাও জব্দ কৰা হৈছে অভিযানত।
  • ৰাম দয়াল যাদব আৰু সন্দীপ দুষাদ নামৰ ২ জন ব্যক্তিক কৰা হৈছে আটক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in