ড্ৰাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ অভিযান, জব্দ নিচাজাতীয় টেবলেট…

ড্ৰাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ অভিযান, জব্দ নিচাজাতীয় টেবলেট…
  • ড্ৰাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ অভিযান ৷
  • ৰাংগিৰখাৰী আউট পোষ্টৰ আৰক্ষীয়ে জব্দ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট ৷
  • ত্ৰিপুৰা ল'জৰ সন্মুখৰ পৰা জব্দ ১ লাখ ৬০ হাজাৰ টকাৰ টেবলেট ৷
  • শিলচৰৰ পৰা আগৰতলালৈ নিয়াৰ কথা আছিল টেবলেটখিনি ৷
  • টেবলেটৰ সৈতে বিপ্লৱ দেৱ আৰু শ্বাহ জালাল মিঞাক আটক ৷
  • ড্ৰাগছ ব্যৱসায়ী দুজনৰ ঘৰ আগৰতলাত ৷
  • সম্প্ৰতি ধৃত ড্ৰাগছ ব্যৱসায়ী দ্বয়ক ৰাংগিৰখাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in