নিশা শিলচৰ আশ্ৰমৰোডত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবা কোটি টকাৰ সমগ্ৰী…

নিশা শিলচৰ আশ্ৰমৰোডত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবা কোটি টকাৰ সমগ্ৰী…
  • শিলচৰ চহৰৰ আশ্রমৰোডত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ।
  • ব্যৱসায়ী আশিস চৌধুৰীৰ ফাৰ্নিচাৰৰ গুদাম ভস্মীভূত হয় অগ্নিকাণ্ডত ।
  • অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল কেইবাকোটি টকাৰ সামগ্রী ।
  • নিশা প্রায় ২ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ।
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in