শিলচৰত সাজু ভোটগ্ৰহণ কেন্দ্ৰ…

শিলচৰত সাজু ভোটগ্ৰহণ কেন্দ্ৰ…
  • শিলচৰতো কিছু সময় পাছত আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • সাজু কৰি তোলা হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহ।
  • ৰাধামাধৱ বালিকা বিদ্যালয়ৰ ২০০ নং ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো যাৱতীয় কাম-কাজ সম্পূৰ্ণ।
  • আৰু কিছু সময় পাছতেই আৰম্ভ হ'ব ভোটগ্ৰহণ পৰ্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in