শিলচৰ সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী…

শিলচৰ সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী…
  • বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • দেশৰ আন প্ৰান্তৰ লগতে অসমৰ ৫ সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • ইতিমধ্যে শিলচৰৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী।
  • ইভিএম মেচিন সহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰীসকল।
  • শিলচৰৰ লগতে কৰিমগঞ্জ, মঙলদৈ, নগাঁও আৰু স্বায়ত্ত শাসিত জিলা (ডিফু)ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in