শিলচৰত বৃহৎ পৰিমানৰ ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ এজনক…

শিলচৰত বৃহৎ পৰিমানৰ ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ এজনক…
  • শিলচৰৰ কালাইনত ড্রাগছৰ বিৰুদ্ধে অভিযান স্পেচিয়েল টাস্ক ফ'ৰ্চৰ।
  • অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্রাউন ছুগাৰ।
  • ১৩টা ব্রাউন ছুগাৰৰ পেকেট জব্দ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ।
  • জব্দকৃত ব্রাউন ছুগাৰখিনিৰ মূল্য প্রায় ৫-৬ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে।
  • ধৃত ড্রাগছ ব্যৱসায়ী আজিৰ উদ্দিন নামৰ লোকজন বৰ্তমান পলাতক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in