চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ
  • চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • ৰে'ল ষ্টেচনৰ সমীপত নিশা উদ্ধাৰ মৃতদেহটো।
  • মৃত যুৱকজনৰ নাম ত্ৰিশাংকু লাহন।
  • দুৰ্বৃত্তই হত্যা কৰি নিশা যুৱকজনক পেলাই থৈ যোৱাৰ সন্দেহ একাংশ লোকৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in