দিছপুৰত অসম-বাংলাদেশৰ সম্প্ৰীতি সন্দৰ্ভত বিধায়ক শিলাদিত্যৰ বৈঠক

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসম-বাংলাদেশৰ সম্প্ৰীতি সন্দৰ্ভত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰে শিলাদিত্যৰ বৈঠক।
  • সহকাৰী উচ্চায়ুক্ত ডাঃ শ্বাহ মহম্মদ আনচাৰীৰ সৈতে দিছপুৰত বিধায়ক শিলাদিত্যৰ বৈঠক।
  • বিধায়ক শিলাদিত্য দেৱৰ চৰকাৰী আবাসত এই বৈঠক।
  • এই বৈঠকত উপস্থিত সমাজকৰ্মী সৌমেন ভাৰতীয়াও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in