শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

কোৰোনাৰ মানচিত্ৰত সোমাল ছিকিম! আক্ৰান্ত হ’ল প্ৰথমগৰাকী লোক…

665
  • ছিকিমত প্ৰথমজন COVID 19 আক্ৰান্ত।
  • কোৰোনাত আক্ৰান্ত হৈছে এজন যুৱক।
  • যুৱকজনৰ বয়স ২৫ বছৰ।
  • তেওঁ নতুন দিল্লীৰ পৰা কিছুদিন পূৰ্বে ছিকিমলৈ আহিছিল।
  • এছটিএনএল হাস্পতালৰ আইছ’লেশ্যন ৱাৰ্ডত ভৰ্তি কৰা হৈছে ৰোগীগৰাকীক।
  • আক্ৰান্ত লোকজন দক্ষিণ ছিকিমৰ।
  • ছিকিমৰ স্বাস্থ্য বিভাগে সংবাদমেলযোগে এই তথ্য সদৰি কৰিছে।
  • অৱশ্যে বৰ্তমানো যুৱকজনৰ সৱিশেষ তথ্য জানিব পৰা হোৱা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি