পশ্চিম ছিকিমত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৫

পশ্চিম ছিকিমত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৫
  • সোমবাৰে নিশা পশ্চিম ছিকিমত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।
  • পশ্চিম ছিকিমত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল ৫জনৰ।
  • পশ্চিম ছিকিমৰ ৰেছী বজাৰত পৰ্যটকৰ বাহন দুৰ্ঘটনাত পতিত।
  • দুৰ্ঘটনাগ্ৰস্ত জাইল'খনত আছিল ৮জন লোক।
  • আন ৩ জন লোক গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in