সিদ্ধুয়ে জ্বলালে পঞ্জাৱ বিধান সভা!

সিদ্ধুয়ে জ্বলালে পঞ্জাৱ বিধান সভা!
  • পঞ্জাব বিধানসভাত উত্তপ্ত পৰিস্থিতি।
  • জম্মু–কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ নৱজ্যোত সিং সিদ্ধুৱে কৰা মন্তব্যক লৈ উত্তাল সদন।
  • পাকিস্তানৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰি সিদ্ধুৱে কৈছিল – 'সন্ত্ৰাসবাদীৰ কোনো জাতি–ধৰ্ম নাই। এই আক্ৰমণৰ বাবে সমগ্ৰ দেশখনক দোষ দিব নোৱাৰি।
  • এই মন্তব্যৰ পাছতে এটা ৰাষ্ট্ৰীয় চেনেলত প্ৰচাৰিত অনুষ্ঠানৰ পৰাও সিদ্ধুক কৰা হৈছিল বাহিৰ।
  • সিদ্ধুৰ এই মন্তব্যত দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in