আকৌ সিদ্ধুৱে কি ক’লে?

আকৌ সিদ্ধুৱে কি ক’লে?
  • পুলৱামা বিস্ফোৰণৰ পাছত বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ অহা নৱজোত সিং সিদ্ধুৱে পুনৰ মুখ খুলিছে।
  • নিজৰ স্থিতিত অটল থকা বুলি মন্তব্য সিদ্ধুৰ।
  • ১৯৯৯চনত কান্দাহাৰত কি হৈছিল বুলি প্ৰশ্ন সিদ্ধুৰ।
  • ইয়াৰ বাবে দায়ী কোন বুলিও প্ৰশ্ন কৰিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
  • সন্ত্ৰাসবাদক সহনশীল নহয় বুলি মন্তব্য কৰি সিদ্ধুৰ প্ৰশ্ন-
  • কিয় মৃত্যু হৈছে জোৱানৰ?
  • কিয় এতিয়ালৈকে ওলোৱা নাই একো সমাধানৰ সূত্ৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in