শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

হাইলাকান্দিত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ট‍াচাৰ্যক ক’লা পতাকা প্ৰদৰ্শন

249
  • শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্ট‍াচাৰ্যক ক’লা পতাকা প্ৰদৰ্শন।
  • হাইলাকান্দি ভ্ৰমণলৈ যোৱা সময়ত শিক্ষামন্ত্ৰীগৰাকীক ক’লা পতাকা প্ৰদৰ্শন।
  • হাইলাকান্দিত চৰকাৰী আঁচনিৰ আনুষ্ঠানিক আৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত হয় শিক্ষ‍া মন্ত্ৰীগৰাকী।
  • জিলা ছাত্ৰ সংস্থাকে ধৰি কেইবাটো সংগঠনৰ সদস্যই মন্ত্ৰীৰ কনভয়ৰ সন্মুখত প্ৰদৰ্শন কৰে ক’লা পতাকা।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত মন্ত্ৰীগৰাকীৰ কনভয়ৰ সন্মুখত প্ৰদৰ্শন ক’লা পতাকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি