শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

পঞ্চভূতত বিলীন সিদ্ধাৰ্থ শুক্লা…

  • যোৱা বৃহস্পতিবাৰে মৃত্যু হোৱা সুদৰ্শন অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ শেষকৃত্য সম্পন্ন।
  • পুৱা ১১বজাত পৰিয়ালৰ লোকক চমজাই দিয়া হয় সিদ্ধাৰ্থৰ নশ্বৰ দেহ।
  • উল্লেখ্য যে, হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল সিদ্ধাৰ্থ শুক্লাৰ।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪০বছৰ।
  • সিদ্ধাৰ্থৰ মৃত্যুত বলিউদত শোকৰ লহৰ।