পঞ্চভূতত বিলীন সিদ্ধাৰ্থ শুক্লা…

পঞ্চভূতত বিলীন সিদ্ধাৰ্থ শুক্লা…
  • যোৱা বৃহস্পতিবাৰে মৃত্যু হোৱা সুদৰ্শন অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ শেষকৃত্য সম্পন্ন।
  • পুৱা ১১বজাত পৰিয়ালৰ লোকক চমজাই দিয়া হয় সিদ্ধাৰ্থৰ নশ্বৰ দেহ।
  • উল্লেখ্য যে, হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল সিদ্ধাৰ্থ শুক্লাৰ।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪০বছৰ।
  • সিদ্ধাৰ্থৰ মৃত্যুত বলিউদত শোকৰ লহৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in