শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

সিদলসতীত প্ৰশাসনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী বানাক্ৰান্তৰ…

147
  • সিদলসতীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বানাক্ৰান্তৰ।
  • বিগত ৫ দিন ধৰি বানৰ কৱলত চেঁচাপানী আৰু বালাজানী গাঁও।
  • প্ৰশাসনে এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়া আৰু সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ বানাক্ৰান্তৰ।
  • আই নৈৰ সংহাৰী বানে ক্ষতিগ্ৰস্ত কৰিছে সিদলসতীৰ বিভিন্ন অঞ্চল।
  • ধাৰাসাৰ বৰষুণকো নেওচি পথ অৱৰোধ কৰে ক্ষুদ্ধ ৰাইজে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি