এছ আই চাকৰিৰ বাবে ধন দিয়া এজনক গ্ৰেপ্তাৰ, আৰক্ষীৰ হাতত দীঘল তালিকা…

এছ আই চাকৰিৰ বাবে ধন দিয়া এজনক গ্ৰেপ্তাৰ, আৰক্ষীৰ হাতত দীঘল তালিকা…
  • এছ আই কেলেংকাৰীৰ সন্দৰ্ভত গুৱাহাটীৰ পৰা এজনক গ্ৰেপ্তাৰ।
  • গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম সূৰয বৰুৱা।
  • চাকৰিৰ বাবে উৎকোচ দিছিল তেওঁ।
  • মহানগৰীৰ জ্যোতি নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সূৰয বৰুৱাক।
  • উৎকোচ দিয়া প্ৰথমজন লোকক আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।
  • আৰক্ষীৰ হাতত আছে দীঘল তালিকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in