শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

এছ আই চাকৰিৰ বাবে ধন দিয়া এজনক গ্ৰেপ্তাৰ, আৰক্ষীৰ হাতত দীঘল তালিকা…

3,933
  • এছ আই কেলেংকাৰীৰ সন্দৰ্ভত গুৱাহাটীৰ পৰা এজনক গ্ৰেপ্তাৰ।
  • গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম সূৰয বৰুৱা।
  • চাকৰিৰ বাবে উৎকোচ দিছিল তেওঁ।
  • মহানগৰীৰ জ্যোতি নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সূৰয বৰুৱাক।
  • উৎকোচ দিয়া প্ৰথমজন লোকক আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।
  • আৰক্ষীৰ হাতত আছে দীঘল তালিকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি